কলিজা আইতা গ’লগৈ,
১০৮ বছৰ বয়সত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ‘কলিজা আইতা’ই । তেখেতৰ আচল নাম সুভদ্ৰা দেৱী । তেখেত দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন হৈ আছিল ।
আইতা আছিল প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ অন্যতম আকৰ্ষণ ।
আইতাৰ চাৰিজন ল’ৰা তাৰে তিনিজনৰ ইতিমধ্যে মৃত্যু হৈছে। সৰু ল’ৰাৰ বয়স ৮৭ বছৰ তেখেতো বৰ্তমান শাৰীৰিকভাৱে অসুস্থ।
Discussion about this post