দীঘলীয়া অপেক্ষাৰ অন্ত ! প্ৰিয়ংকা চোপ্ৰাই অৱশেষত তেওঁৰ অনুৰাগীসকলক তেওঁৰ জীয়ৰী মালতী মেৰী চোপ্ৰা জোনাছৰ মুখ দেখুৱাই।
মালতী মেৰিৰ ফটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
উল্লেখ্য যে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে ১ আৰু ২ ডিচেম্বৰ,২০১৮ তাৰিখে যোধপুৰৰ উমেদ ভৱন প্ৰাসাদত এক খ্ৰীষ্টান আৰু হিন্দু ৰীতি নীতিৰে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকে মালতি মেৰী চোপ্ৰা জোনাছক চাৰোগেচীৰ জৰিয়তে আদৰণি জনাইছিল।
Discussion about this post