মহানগৰীৰ Radisson Blu ত নিউজ লাইভৰ পঞ্চদৰ্শ বৰ্ষপূৰ্তিৰ বিশেষ অনুষ্ঠান।
বিশিষ্ট সাংবাদিক কনক সেন ডেকালৈ জীৱনজোৰা সাধনা বঁটা’২২
প্ৰয়াত কাব্যঋষি নীলমণি ফুকনলৈ জীৱনজোৰা সাধনা বঁটা’২১
বৰ্ষশ্ৰেষ্ঠ অসমীয়া বঁটা লাভলীনা বৰগোহাঁই আৰু নয়ণমণি শইকীয়ালৈ প্ৰদান কৰা হয়।
Discussion about this post