গুৱাহাটীঃ অসমৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই টি) গুৱাহাটীত অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ ২০২৩ চনৰ প্ৰথমখন Youth20 (Y20) Group Meet আয়োজন কৰা হ’ব।
Y20 শীৰ্ষ সন্মিলন যুৱক-যুৱতীসকলৰ গঠনমূলক নীতিগত তথ্য প্ৰদান কৰিবলৈ আৰু বিশ্বৰ দৰ্শকৰ বাবে নিজৰ মতামত প্ৰকাশ কৰাৰ এক অনন্য মঞ্চ।
জি-২০ৰ অধীনত থকা আঠটা অফিচিয়েল এংগেজমেণ্ট গ্ৰুপৰ ভিতৰত Y20 হৈছে অন্যতম।
Discussion about this post