উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীত আজিৰ পৰাই মুকলি হʼল জিঅ ‘টু ফাইভ জি সেৱা ।
উল্লেখ্য যে,জিঅ’ই য়ে গুৱাহাটী মহানগৰীত প্ৰথমবাৰৰ মুকলি কৰিলে এই অত্যাধুনিক সেৱা।
আনহাতে জিঅ’ গ্ৰাহক সকললৈ জি জিঅ’ৰ নতুন অফাৰলৈ আমন্ত্ৰণ জনোৱাৰ ব্যৱস্থা কৰিছে জিঅ’ৱে ৷ ইয়াৰ ফলত কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ জিঅ’গ্ৰাহকে ওৱান জি বি পি এছৰ গতিবেগৰ ডেটা লাভ কৰিব।
আনহাতে জিঅ’ৱে নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ দৰ্শন কৰা সকলো ভক্তৰ বাবে বিনামূলীয়াকৈ ‘টু ফাইভ জিৰ ৱাইফাই সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ৷
Discussion about this post